কিদৰে লাভ কৰিব এই সুবিধা-- প্রথমে ফোনত Paytm App ডাউনলোড কৰিব লাগিব।
--ইয়াৰ পিছত Paytm ত গৈ Show more-ত ক্লিক কৰিব লাগিব।
--এইবাৰ 'recharge and pay bills' ত ক্লিক কৰিব লাগিব।
--ইয়াৰ পিছত 'book a cylinder' অপশ্যন খুলি যাব।
--ভাৰত গেছ, এইচ পি গেছ আৰু ইণ্ডেনৰ ভিতৰত নিজেরৰ গেছ প্ৰভাইডাৰ চিলেক্ট কৰক।
-- ৰেজিষ্টাৰ্ড মোবাইল নম্বর বা এলপিজি আইডি দিব লাগিব।
--ইয়াৰ পিছত পেমেন্ট অপশ্যন দেখিব।
-- পেমেন্ট কৰাৰ পূৰ্বে অফাৰত গৈ 'FIRSTLPG' প্ৰোমো কড ডিব লাগিব।