Home » photogallery » lifestyle »Govt Schemes: এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে ৩০ টকাৰো কম পৰিমাণ জমা কৰি পাব ৪ লাখ টকাৰ সুবিধা ! আপুনিও ল'ব পাৰে ইয়াৰ লাভালাভ...

Govt Schemes: এই আঁচনিৰ জৰিয়তে প্ৰতি মাহে ৩০ টকাৰো কম পৰিমাণ জমা কৰি পাব ৪ লাখ টকাৰ সুবিধা ! আপুনিও ল'ব পাৰে ইয়াৰ লাভালাভ...

কেন্দ্ৰীয় চৰকাৰে (Central Govt) দেশৰ দূৰ্বল শ্ৰেণীৰ লোকসকলক জীৱন বীমা প্ৰদান কৰাৰ বাবে ২ টা গুৰুত্বপূৰ্ণ আঁচনি ৰূপায়ণ কৰি আছে। এটা হ'ল প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা (Pradhan Mantri Suraksha Bima Yojana-PMSBY) আৰু আনটো হৈছে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা (PMJJBY)।