Home » photogallery » lifestyle »New Scheme: মাত্ৰ ২টকা ৰাহি কৰিয়েই পাব পাৰে ৩৬ হাজাৰ টকা, কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে বিশেষ আঁচনি !

New Scheme: মাত্ৰ ২টকা ৰাহি কৰিয়েই পাব পাৰে ৩৬ হাজাৰ টকা, কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে বিশেষ আঁচনি !

PM Shram Yogi Man Dhan Yojna: PM kisan samman nidhi সুবিধা লোৱা সকলৰ বাবে ভাল খবৰ। যদি আপুনি ইতিমধ্যে কিষাণ সন্মান নিধি যোজনা গ্ৰহণ কৰি আছে, আপুনি চৰকাৰৰ পৰা প্ৰতি মাহে ৩ হাজাৰ টকাৰ অধিকাৰপ্ৰাপ্ত। আপুনি ইয়াৰ বাবে কোনো নথিপত্ৰ দিব নালাগে।

শেহতীয়া বাতৰি