শুকুৰবাৰে আছিল গৌৰী খানৰ জন্মদিন। ৫১ বছৰীয়া জন্মদিনটো অশান্তিত পাৰ কৰিলে গৌৰীয়ে। এই খন ফটোত এখন কেফেত পৰিয়ালৰ সৈতে সময় পাৰ কৰিছিল গৌৰীয়ে। তিনিওটা সন্তানৰ সৈতে গৌৰী খান। শ্বাহৰুখ আৰু গৌৰী খান। শ্বাহৰুখ খান আৰু সৰু পুত্ৰ আব্ৰামৰ সৈতে গৌৰী। পৰিয়ালৰ সৈতে গৌৰী খান। জীয়ৰী সুহানাৰ সৈতে মাতৃ গৌৰী। আব্ৰামৰ সৈতে গৌৰী। মাতৃৰ সৈতে গৌৰী খান।