বেংকৰ গাইডলাইন অনুসৰি জানিব পৰা গৈছে যে বেংক অব বৰোডাৰ গ্ৰাহকসকলৰ বাবে ১ আগষ্টৰ পৰা ৫ লাখ টকা বা তাৰ অধিক এমাউণ্টৰ চেকৰ ক্ষেত্ৰত পজিটিভ পে ছিষ্টেম আৰম্ভ কৰা হৈছে।
7/ 14
যদি বেংক অব বৰোডাত একাউণ্ট থাকে তেন্তে মনত ৰাখিব লাগিব যে ১ আগষ্টৰ পৰা চেকৰ নিয়ম–কানুন পৰিৱৰ্তন হৈছে।
8/ 14
বেংকৰ চেক সংক্ৰান্তীয় তথ্য এছএমএছ, নেট বেংকিং বা ম’বাইল এপৰ মাধ্যমেৰে দিব লাগিব।