এইয়া আছিল প্ৰথম দেখাৰ প্ৰেম! শচীন-অঞ্জলিৰ প্ৰথম দেখা হৈছিল ১৯৯০ চনত মুম্বাই আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত। শচীনে নিজৰ প্ৰথমটো আন্তৰাষ্ট্ৰীয় ক্ৰিকেট ভ্ৰমণ সামৰি দেশলৈ উভতি আহিছিল সেই দিনা, অঞ্জলি আহিছিল নিজৰ মাকক বিমান বন্দৰৰ পৰা নিবলৈ। (Instagram Photo)