ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে ঘিউ–এ। যিহেতু ঘিউ প্ৰয়োজনীয় ফেট–দ্ৰৱণীয় ভিটামিন ডি, কে, ই আৰু এৰ দ্বাৰা সমৃদ্ধ, সেয়ে এই উপাদানসমূহৰ প্ৰতিৰোধ ক্ষমতাসহ আমাৰ দেহৰ নানা কাৰ্য সম্পাদন কৰে। ঘিউ –এ আমাৰ শৰীৰক আন খাদ্যৰ পৰা চৰ্বিযুক্ত দ্ৰৱণীয় আৰু ভিটামিন শোষণত সহায় কৰে আৰু আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আৰু অধিক শক্তিশালী কৰি তোলে। (ফটো : সংগৃহীত)