পৰকীয়া প্ৰেমত সংশয়–কাজিয়া আদি থাকিলেও দেশৰ সমাজত মুঠেই কমা নাই পৰকীয়া প্ৰেমৰ প্ৰৱণতা (Extra Marital Affair)। মানুহৰ জীৱিকাৰ সৈতে কোনো প্ৰত্যক্ষ সম্পৰ্ক নাথাকিলেও কোন পেছাত মানুহ আটাইতকৈ বেছি পৰকীয়া প্ৰেমত লিপ্ত হয় সেয়া জানিবলৈ সম্প্ৰতি এক সমীক্ষা চলাইছিল এটা অনলাইন ডেটিং মাধ্যমে। আৰু তাতেই পোহৰলৈ আহিছে কিছু চাঞ্চল্যকৰ তথ্য। জনপ্ৰিয় সেই ডেটিং প্ৰতিষ্ঠানটোৱে শ্বেয়াৰ কৰিছে কোন পেছাৰ মানুহ সৰ্বাধিক পৰকীয়া প্ৰেমত লিপ্ত হয়, তাৰ আমোদজনক তথ্য।