Home » photogallery » lifestyle »Good News: PF একাউণ্টৰ গৰাকীয়ে পাব Diwali Gift ! সোনকালেই বেংকত জমা হ'ব পাৰে সুতৰ ধন...

Good News: PF একাউণ্টৰ গৰাকীয়ে পাব Diwali Gift ! সোনকালেই বেংকত জমা হ'ব পাৰে সুতৰ ধন...

কৰ্মচাৰী ভৱিষ্যত নিধি সংস্থাৰ (EPFO) ৬কোটিৰো অধিক একাউণ্ট ধাৰকৰ বাবে ভাল খবৰ। এইবাৰ দেৱালী ধুমধামেৰে উদযাপন কৰিবলৈ পাব। সুতৰ পৰিমাণ সোনকালেই পিএফ একাউণ্ট ধাৰকসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হ'ব।