Home » photogallery » lifestyle »Bollywoodৰ অভিনেত্ৰী ছাৰা আলী খানৰ সৌন্দৰ্যত মোহিত অনুৰাগী ! Viral হৈ পৰিছে সুন্দৰী ছাৰাৰ এইসমূহ Photo...

Bollywoodৰ অভিনেত্ৰী ছাৰা আলী খানৰ সৌন্দৰ্যত মোহিত অনুৰাগী ! Viral হৈ পৰিছে সুন্দৰী ছাৰাৰ এইসমূহ Photo...

Bollywoodৰ অভিনেত্ৰী চাৰা আলী খানে (Sara Ali Khan) অতি কম সময়ৰ ভিতৰতে বলীউডত এক প্ৰভাৱ পেলাইছে। তেওঁ যি কৰিছে সেয়া হৈছে প্ৰতিগৰাকী নতুন অভিনেত্ৰীৰ সপোন।