Home » photogallery » lifestyle »কিয় Bollywoodৰ অভিনেত্ৰী শিল্পা চেট্টী আৱেগিক হৈ পৰিল ? কিহৰ বাবে শিল্পাই চকুপানী ৰখাব নোৱাৰিলে ?

কিয় Bollywoodৰ অভিনেত্ৰী শিল্পা চেট্টী আৱেগিক হৈ পৰিল ? কিহৰ বাবে শিল্পাই চকুপানী ৰখাব নোৱাৰিলে ?

শিল্পা চেট্টীয়ে (Shilpa Shetty) 'Super Dancer 4' শ্ব'ৰ ছেটত উপস্থিত হোৱাৰ সময়ত প্ৰতিযোগীসকলে তেওঁক আগুৰি ধৰিছিল। সকলোৰে মৰম দেখি শিল্পাৰ চকুৰে চকুপানী ওলাবলৈ ধৰিলে।