Home » photogallery » lifestyle »ফটোৱা জাৰি কৰাৰ পিছতে নুছৰত জাহানে শ্বেয়াৰ কৰিলে সেন্দুৰ আৰু মংগলসূত্ৰ পিন্ধা ফটো

ফটোৱা জাৰি কৰাৰ পিছতে নুছৰত জাহানে শ্বেয়াৰ কৰিলে সেন্দুৰ আৰু মংগলসূত্ৰ পিন্ধা ফটো

তৃণমূল কংগ্ৰেছৰ সাংসদ নুছৰত জাহানৰ ওপৰত ফটোৱা জাৰি কৰাৰ পিছতে সাংসদগৰাকীয়ে শ্বেয়াৰ কৰিলে বিয়াৰ নেদেখা ফটো।