কমেডিয়ান সকলে কেৱল বৃহৎ অনুৰাগীৰে আনন্দ নুঠাই, ৰাজকীয় জীৱন যাপনৰ মাজেৰেও জীৱন উপভোগ্য কৰি তোলে। কমেডিয়ান সকলৰ অনুৰাগীয়ে তেওঁলোকৰ ৰিয়েল লাাইফ ষ্টাইলৰ প্ৰতি আকৰ্ষিত হোৱাই স্বাভাবিক। বিলাসী ঘৰৰ পৰা আৰম্ভ কৰি বিলাসী গাড়ী (Comedians luxury Cars) লৈকে,এই কমেডিয়ান সকলৰ জীৱন ধাৰণৰ কথাই সুকীয়া।ইয়াৰ ভিতৰত কপিল শৰ্মা (kapil sharma), কৃষ্ণা অভিষেক(Krushna Abhishek),ভাৰতী সিঙৰ দৰে কমেডিয়ানৰ নাম সন্নিবিষ্ট আছে যিয়ে যথেষ্ট ব্যয় বহুল জীৱন যাপন কৰিছে। (ফটো: Instagram/kapilsharma/krushna30/bharti.laughterqueen)