Home » photogallery » lifestyle »Bollywood : বিহাৰৰ এই ৫ ৰত্ন বলিউডৰ নয়নৰ মনি, টেলেণ্টৰ ভাণ্ডাৰ বুলি জানে জগতে

Bollywood : বিহাৰৰ এই ৫ ৰত্ন বলিউডৰ নয়নৰ মনি, টেলেণ্টৰ ভাণ্ডাৰ বুলি জানে জগতে

বলীউড (Bollywood)ত এনে কেইগৰাকীমান তাৰকা আছে, যি শূন্যৰ পৰা নিজৰ ফিল্মী কেৰিয়াৰ আৰম্ভ কৰিছিল। কিন্তু আজি তেওঁলোক জনপ্ৰিয়তাৰ শিখৰত। ইয়াৰে ভিতৰত বহু কেইজন কেৱল বিহাৰৰে।