এই ছবিত ফাজ আৰু সুশান্তৰ পিতৃ কে কে সিঙে একেলগে খেলি থকা দেখা গৈছে। কিছু ভিডিও ওলাইছে য’ত পিতৃয়ে সুশান্তৰ ফাজৰ সৈতে খেলি থকা দেখা গৈছে। সুশান্তৰ মৃত্যুৰ পিছত পৰিয়ালে ফাজক পাটনালৈ লৈ আনে। সুশান্তৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰিছে য’ত পিতৃয়ে ফাজৰ সৈতে খেলি আছে। সুশান্তৰ ভগ্নীয়ে কেপচনত লিখিছে, ‘ফাজৰ সৈতে দেউতা’।