ছানী লিয়নী! পৰ্ণ ইণ্ডাষ্ট্ৰীৰ পৰা বলীউদত খোজ দিয়া অভিনেত্ৰীগৰাকী সকলো সময়তেই চৰ্চাত থাকে। নিজ সংসাৰখনক লৈও এতিয়া অত্যন্ত সুখী ছানী। এতিয়া অভিনেত্ৰীগৰাকীয়ে আৰম্ভ কৰিছে বক্সিঙৰ অনুশীলন। photo source Instagram বৰ্তমান পৰিয়ালৰ সৈতে ছানী লিয়নী আছে বিদেশত। কোৰোণাৰ পিছত দেশৰ পৰিস্থিতি স্বাভাৱিক হ’লেই আকৌ উভতি আহিব অভিনেত্ৰীগৰাকী। photo source Instagram ছানী লিয়নীয়ে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে নিজৰ আকৰ্ষণীয় ফটো।photo source Instagram মাজে সময়ে আকৰ্ষণীয় ফটো, ভিডিঅ’ নিজৰ অনুৰাগীৰ বাবে শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে।photo source Instagram এইবাৰ বক্সাৰ হোৱাৰ সপোনৰ কথা নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ জৰিয়তে জনালে অভিনেত্ৰীগৰাকীয়ে। ফটো শ্বেয়াৰ কৰি অভিনেত্ৰীগৰাকীয়ে লিখিছে- ‘বক্সিঙৰ প্ৰথম দিন। আগৰ আৰু পিছৰ ফটো। এতিয়া মই প্ৰতিদিনাই অনুশীলন কৰিছো।’photo source Instagram