உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »Suhana Khan in Pics : ছুইমিং পুলত চুহানা খানৰ ফটো ছুট, মাক গৌৰী খান আৰু কিং খানে উপচাই পেলাইছে প্ৰশংসাৰে...

    Suhana Khan in Pics : ছুইমিং পুলত চুহানা খানৰ ফটো ছুট, মাক গৌৰী খান আৰু কিং খানে উপচাই পেলাইছে প্ৰশংসাৰে...

    চুহানা খানে (Suhana Khan Photos) নিজৰ কিছুমান ফটো ইনষ্টাগ্ৰাম একাউণ্টত ছেয়াৰ কৰিছে, য'ত তেওঁক এটা ছুইমিং পুলৰ কাষত দেখা গৈছে।ফটো বিলাকৰ বিশেষত্ব এয়ে যে, এই সকলো ফটো তেওঁৰ মাতৃ গৌৰী খানে অতি সুন্দৰকৈ তুলিছে।