ৰাণাঘাটৰ ষ্টেশ্যনৰ পৰা হঠাৎ বলিউডৰ আকাশত উদ্ভাসিত হ’বলৈ সুযোগ পাইছিল ৰে’লৱে ষ্টেশ্যনত ভিক্ষাবৃত্তি কৰি জীৱন নিৰ্বাহ কৰা ৰাণু মণ্ডলে। ছচিয়েল মিডিয়াৰ এটা পোষ্ট ভাইৰেল হোৱাৰ পিছতে জীৱন সলনি হৈ পৰে ৰাণুৰ। ইয়াৰ পিছতে হিমেশ ৰেশমিয়াৰ সৌজন্যত এখন চিনেমাৰ প্লে বেকৰ সুযোগো লাভ কৰে ৰাণুৱে। ‘তেৰি মেৰি...’ গীতটি চুপাৰ-ডুপাৰ হিট হয় ৷ কিন্তু হ’লে কি হ’ব, সুখ বেছিদিন স্থায়ী নহ’ল ৰাণুৰ। File Photo