টেলিভিশ্যনৰ জনপ্ৰিয় অভিনেত্ৰী শ্বেতা তিৱাৰীয়ে শেহতীয়াকৈ আকৰ্ষণীয় ৰূপত ফটোশ্বুট কৰে। যিসমূহ ফটো অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম পেজত আপলোড কৰিছে। অভিনেত্ৰীগৰাকীৰ আকৰ্ষণীয় ফটো এতিয়া ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। অভিনেত্ৰীগৰাকী ছচিয়েল মিডিয়াতো অত্যন্ত সক্ৰিয়। অভিনেত্ৰীগৰাকীৰ ফটো এতিয়া ছচিয়েল মিডিয়াৰ শেহতীয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। ৪০ বছৰ বয়সতো অভিনেত্ৰীগৰাকীয়ে যিদৰে নিজৰ শৰীৰ মেইনটেইন কৰিছে, সেই লৈ সকলোৱে প্ৰশংসা কৰিছে অভিনেত্ৰীগৰাকীক। টিভি এক্টৰ কৰণবীৰ বোহৰাই শ্বেতাৰ এই ফটোত কমেণ্ট কৰিছে। কৰণবীৰ বোহৰাই শ্বেতাৰ ফটোত কমেণ্ট লিখিছে যে, 'জুই চাৰিওফালে জুই'