ৰণবীৰ আৰু ঋধিমাৰ কথাই ক'ব পাৰি। ৰণবীৰ কাপুৰ ছচিয়েল মিডিয়াত নাই তথাপি ছচিয়েল মিডিয়াত প্ৰায়েই ৰণবীৰ কাপুৰৰ ফটো দেখা পোৱা যায়। ৰণবীৰৰ ভনীয়েক ঋধিমা মাক নিতু কাপুৰৰ দৰেই ছচিয়েল মিডিয়াত বহুত এক্টিভ থাকে আৰু প্ৰায়েই ভায়েক ৰণবীৰ কাপুৰৰ ফটো আৰু ভিডিঅ' শ্বেয়াৰ কৰি থাকে। (image: riddhimakapoorsahniofficial/Instagram)