Home » photogallery » lifestyle »Rakshabandhan: বলীউডৰ এইসকল ভাই-ভনীৰ সম্পৰ্ক জানিলে আনন্দিত হ'ব আপুনিও

Rakshabandhan: বলীউডৰ এইসকল ভাই-ভনীৰ সম্পৰ্ক জানিলে আনন্দিত হ'ব আপুনিও

দেশজুৰি ৰাখী বন্ধন (Raksha Bandhan) অতি ধুমধামেৰে পালন কৰা হৈছে। ছচিয়েল মিডিয়াতো পুৱাৰ পৰাই #Rakshabandhan ট্ৰেণ্ডিং হৈ আছে। বলীউডত কেইগৰাকীমান ভাই--ভনীৰ যোৰা অতি পপুলাৰ।