Home » photogallery » lifestyle »Happy B'day Saif Ali Khan: কৰীণাৰ সৈতে বিয়াৰ দিনা ছেইফে তেওঁৰ পূৰ্বৰ পত্নী অমৃতালৈ চিঠিত কি লিখিছিল ? জানো আহক অভিনেতাজনৰ জীৱনৰ আন কিছু কথা...

Happy B'day Saif Ali Khan: কৰীণাৰ সৈতে বিয়াৰ দিনা ছেইফে তেওঁৰ পূৰ্বৰ পত্নী অমৃতালৈ চিঠিত কি লিখিছিল ? জানো আহক অভিনেতাজনৰ জীৱনৰ আন কিছু কথা...

Happy Birthday Saif Ali Khan: চেইফ আলী খানে তেওঁৰ পেছাদাৰী জীৱনৰ লগতে ব্যক্তিগত জীৱনৰ বাবে শিৰোনাম দখল কৰে। বিশেষকৈ পত্নী কৰীণা কাপুৰৰ (Kareena Kapoor Khan) সৈতে তেওঁৰ প্ৰেমকাহিনীৰ বিষয়ে।