Home » photogallery » lifestyle »ঋষভ পন্টৰ প্ৰাক্তন প্ৰেমিকাৰ পোষ্টক লৈ চৌদিশে কিয় ইমান Gossip ? পণ্টক লৈ কি লিখিছিল সুন্দৰী উৰ্বশীয়ে ?

ঋষভ পন্টৰ প্ৰাক্তন প্ৰেমিকাৰ পোষ্টক লৈ চৌদিশে কিয় ইমান Gossip ? পণ্টক লৈ কি লিখিছিল সুন্দৰী উৰ্বশীয়ে ?

কেইমাহমান আগতে বলীউডৰ হট আইটেম গাৰ্ল উৰ্বশী ৰৌতেলাৰ সৈতে এক সম্পৰ্কৰ কাহিনী সংবাদ মাধ্যমত প্ৰকাশ পাইছিল৷ উৰ্বশীক হোৱাটছএপত পণ্টে ব্লক কৰিছে। পণ্টে তেওঁক প্ৰথমে হোৱাটছএপত আৰু তাৰ পিছত সকলো ঠাইতে ব্লক কৰিছে।