Home » photogallery » lifestyle »High-profile Bollywood Divorces : আমিৰ খান-কিৰণ ৰাওৰ বিচ্ছেদ, জানোঁ আহক বলীউডৰ আৰু ৫টা হাই প্ৰফাইল Divorceৰ কথা।

High-profile Bollywood Divorces : আমিৰ খান-কিৰণ ৰাওৰ বিচ্ছেদ, জানোঁ আহক বলীউডৰ আৰু ৫টা হাই প্ৰফাইল Divorceৰ কথা।

১৫বছৰৰ বৈবাহিক সম্পৰ্কৰ অৱসান ঘটাই আমিৰ খান (Aamir Khan ) আৰু কিৰণ ৰাও (Kiran Rao)ৱে বিবাহ বিচ্ছেদ (Divorce) কৰিলে। ৩ জুলাইত এই খবৰে কেৱল বলীউডেই নহয় সমগ্ৰ দেশকে ব্যস্ত কৰি ৰাখিলে। বলীউডত এনে ধৰণৰ ঘটনা স্বাভাৱিক বুলিয়েই ভবা হয়, যিসকল বলীউড দম্পতী (Bollywood Couples) আজিও প্ৰেমৰ এনাজৰীৰে বান্ধ খাই আছে তেওঁলোককহে ব্যতিক্ৰম বুলি কোৱা হয়। আশা কৰোঁ তেওঁলোকৰ সম্পৰ্ক আজীৱন অটুট থাকক, কিন্তু এইখিনিতে চাই লোৱা হওক বলিউডত খলকনিৰ সৃষ্টি কৰা কেইটামান বিবাহ বিচ্ছেদৰ ঘটনা।