Home » photogallery » lifestyle »High-profile Bollywood Divorces : আমিৰ খান-কিৰণ ৰাওৰ বিচ্ছেদ, জানোঁ আহক বলীউডৰ আৰু ৫টা হাই প্ৰফাইল Divorceৰ কথা।

High-profile Bollywood Divorces : আমিৰ খান-কিৰণ ৰাওৰ বিচ্ছেদ, জানোঁ আহক বলীউডৰ আৰু ৫টা হাই প্ৰফাইল Divorceৰ কথা।

বলীউডত বিবাহ বিচ্ছেদৰ ঘটনা স্বাভাৱিক বুলিয়েই ভবা হয়, যিসকল বলীউড দম্পতী (Bollywood Couples) আজিও প্ৰেমৰ এনাজৰীৰে বান্ধ খাই আছে তেওঁলোককহে ব্যতিক্ৰম বুলি কোৱা হয়। জানোঁ আহক বলিউডত খলকনিৰ সৃষ্টি কৰা কেইটামান বিবাহ বিচ্ছেদৰ ঘটনা।