Home » photogallery » lifestyle »Black & Whiteত ইনষ্টাত ফটো দিলে সুন্দৰী ৰশ্মিকাই, লগে লগে ভাইৰেল হৈ গ'ল অভিনেত্ৰীগৰাকীৰ ফটো...

Black & Whiteত ইনষ্টাত ফটো দিলে সুন্দৰী ৰশ্মিকাই, লগে লগে ভাইৰেল হৈ গ'ল অভিনেত্ৰীগৰাকীৰ ফটো...

Rashmika Mandana Black And White Monochrome Look- নিমিষতে ফটোখন ১৫ লাখৰো অধিক অনুৰাগীয়ে লাইক কৰিছে আৰু ১৯ হাজাৰৰো অধিক লোকে মন্তব্য কৰিছে।