Home » photogallery » lifestyle »Ranveer Singh Photos : ৰণবীৰ সিঙৰ গাত লম্ভিছে এটা নতুন চখ, ছলমান খানৰ দৰে 'বডী' দেখুওৱাৰ তাড়না বাঢ়িছে ৰণবীৰৰ, চাওক ফটো

Ranveer Singh Photos : ৰণবীৰ সিঙৰ গাত লম্ভিছে এটা নতুন চখ, ছলমান খানৰ দৰে 'বডী' দেখুওৱাৰ তাড়না বাঢ়িছে ৰণবীৰৰ, চাওক ফটো

ৰণবীৰ সিঙে (Ranveer Singh) তেওঁৰ কিছুমান চাৰ্টলেছ ফটো (Ranveer Singh Shirtless pics) ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। অভিনেতাজনে ফটোসমূহত তেওঁৰ শক্তিশালী পেশী প্ৰদৰ্শন কৰিছে। এনে লাগে যেন ৰণবীৰে ছলমান খানৰ (Salman Khan) পদাংক অনুসৰণ কৰিছে।