Home » photogallery » lifestyle »Ranveer Singh Amazing Style:ৰণবীৰ সিঙে পাই গ'ল তেওঁৰ 'Chi' ৰ সন্ধান ! পুনৰ এবাৰ অদ্ভূত সাজ-সজ্জাৰে চৰ্চাত ৰণবীৰ ।

Ranveer Singh Amazing Style:ৰণবীৰ সিঙে পাই গ'ল তেওঁৰ 'Chi' ৰ সন্ধান ! পুনৰ এবাৰ অদ্ভূত সাজ-সজ্জাৰে চৰ্চাত ৰণবীৰ ।

অভিনেতা ৰণবীৰ সিঙে (Ranveer Singh)ইনষ্টাগ্ৰামত নিজৰ শেহতীয়া ফটো কিছুমান ছেয়াৰ কৰিছে,যিবোৰত তেওঁক অদ্ভূত ৰূপত দেখা গৈছে।টাইগাৰ শ্ৰফ(Tiger Shroff),জেকুইলিন ফাৰ্ণাণ্ডেজ (Jacqueline Fernandez)আদি তাৰকাই তেওঁৰ ফটোৰ ওপৰত প্ৰতেক্ৰিয়া জনাইছে।