অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনছ (Priyanka Chopra Jonas), যিয়ে বলীউডৰ পৰা হলীউডত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছে। এগৰাকী অভিনেত্ৰী বুলিয়েই নহয় নিজৰ ষ্টাইলৰ বাবেও ছ'চিয়েল মিডিয়াত তেওঁ চৰ্চালৈ আহে। অভিনেত্ৰীগৰাকীৰ আশ্চৰ্যকৰ ফেশ্বন শৈলী মানুহে ভাল পায়। ধুনীয়া কাপোৰৰ লগতে তেওঁ পিন্ধি ভাল পায় ষ্টাইলিছ চানগ্লাছ। (ফটোঃ @priyankachopra/ ইনষ্টাগ্ৰাম)