Home » photogallery » lifestyle »হাতত যাঁঠি লৈ জংঘলত প্ৰধানমন্ত্ৰী মোদী, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত কি কৰিছে মোদীয়ে?

হাতত যাঁঠি লৈ জংঘলত প্ৰধানমন্ত্ৰী মোদী, জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত কি কৰিছে মোদীয়ে?

১২ আগষ্টত ডিস্ক’ভাৰী চেনেলৰ ‘মেন ভাৰ্ছেছ ৱাইল্ড’ শ্ব’ত দেখিবলৈ পাব মোদীক। ইয়াৰ সম্পূৰ্ণ শ্বুটিং কৰা হৈছে জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানত।