Home » photogallery » lifestyle »PHOTOS: মাতৃ হ'ব নোৱৰাৰ বাবে নিজৰ বয়সক লৈ শংকিত হয় নেকি! নহ'ব, বলীউডৰ এইসকল অভিনেত্ৰীয়েই প্ৰমাণ যে মাতৃ হ'বলৈ বয়সৰ সীমা নেথাকে।

PHOTOS: মাতৃ হ'ব নোৱৰাৰ বাবে নিজৰ বয়সক লৈ শংকিত হয় নেকি! নহ'ব, বলীউডৰ এইসকল অভিনেত্ৰীয়েই প্ৰমাণ যে মাতৃ হ'বলৈ বয়সৰ সীমা নেথাকে।

বলীউডত এনে বহু অভিনেত্ৰী আছে, যি বেছি বয়সত মাক (Bollywood moms) হৈছিল। এই সকলৰ ভিতৰত কৰীণা কাপুৰ খান (Kareena Kapoor Khan), ঐশ্বৰ্য ৰায় বচ্চন (Aishwarya Rai Bachchan)ৰ পৰা শিল্পা ছেট্টী কুন্দ্ৰা (Shilpa Shetty Kundra)লৈকে বহু অভিনেত্ৰী ৩০ আৰু ৪০ বছৰৰ ভিতৰতহে মাক হৈছিল।