உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »PHOTOS: ছানী লিওনীৰ বিনম্ৰতাই ৰিয়েলিটী শ্বোত চৰালে ৰহণ, মুগ্ধ হ'ল হেলেন, ৰেমো ডিছুজা

    PHOTOS: ছানী লিওনীৰ বিনম্ৰতাই ৰিয়েলিটী শ্বোত চৰালে ৰহণ, মুগ্ধ হ'ল হেলেন, ৰেমো ডিছুজা

    ছানী লিওনী (Sunny Leone)য়ে অলপতে ‘ডান্স ডান্স জুনিয়ৰ ছেপ্টাৰ-২’ (Dance Dance Junior Chapter 2) বাঙালী ডান্সিং ৰিয়েলিটী শ্বোত উপস্থিত আছিল। তাতেই হেলেন (Helen) আৰু ৰেমো ডিছুজা (Remo D’souza)ৰ সৈতে নৃত্যত অংশ লৈছিল ছানী লিওনীয়ে।.