Home » photogallery » lifestyle »৫৫০০ টকা লৈ মুম্বাইলৈ যোৱা ছনু সুদ এতিয়া কোটি কোটি টকাৰ সম্পত্তিৰ মালিক, চাওক বিলাসবহুল ঘৰৰ ফটো

৫৫০০ টকা লৈ মুম্বাইলৈ যোৱা ছনু সুদ এতিয়া কোটি কোটি টকাৰ সম্পত্তিৰ মালিক, চাওক বিলাসবহুল ঘৰৰ ফটো

ছনু সুদৰ প্ৰথমে অৱস্থা এনেকুৱা আছিল যে ১০০ টকাৰ টিকটেৰে মুম্বাইৰ লোকেল ট্ৰেইনত যাত্ৰা কৰিছিল। আজি অভিনেতাজনৰ উপাৰ্জন কোটি কোটি টকা আৰু সময়ৰ লগে লগে তেওঁ বহু সম্পত্তিৰ গৰাকী হৈ পৰিছে।