৪৬ বছৰীয়া হ'ল বলীউডৰ মোহময়ী অভিনেত্ৰী শিল্পা চেট্টী। আজি পৰিয়ালৰ সৈতে শিল্পাই ঘৰৰ বাহিৰত নিজৰ জন্মদিন কেক কাটি উদযাপন কৰে। শিল্পাৰ এই বিশেষ দিনটোৰ ফটোসমূহ এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। ফটো- Viral Bhayani এই ফটোত শিল্পাৰ সৌন্দৰ্যৰ সকলোৱে প্ৰশংসা কৰিছে। ফটো- Viral Bhayani পতি ৰাজ কুন্দ্ৰা, ভগ্নী শমিতা চেট্টী আৰু পুত্ৰৰ সৈতে শিল্পা।ফটো- Viral Bhayani এই ফটোবোৰতে ছচিয়েল মিডিয়াত অনুৰাগীয়ে বিশেষ দিনটোৰ শুভেচ্ছা দিছে শিল্পাক। ফটো: Viral Bhayani শিল্পাই সৰুৰে পৰা অভিনেত্ৰী হোৱাৰ সপোন দেখিছিল আৰু দশম শ্ৰেণীৰ পিছতে মডেলিং জগতত খোজ দিছিল।ফটো: Viral Bhayani লিমকাৰ বিজ্ঞাপনেৰে কেৰিয়াৰ আৰম্ভ কৰিছিল শিল্পাই। ফটো- Instagram @theshilpashetty শিল্পাৰ নৃত্য, ৰন্ধা আৰু যোগত বিশেষ ৰাপ আছে। ফটো- Instagram @theshilpashetty শিল্পাই ৰুটী, চিকেন বিৰিয়ানী , পানীপুৰি ইত্যাদি খাদ্য খুব পছন্দ কৰে। ফটো- Instagram @theshilpashetty