Home » photogallery » lifestyle »Sara Ali Khan B'Day Spl: সুশান্ত সিং ৰাজপুত ড্ৰাগছ কাণ্ডত সাঙোৰ খাইছিল ছাৰা আলী খানৰ নাম, উত্থাপন হৈছিল বহু অভিযোগ

Sara Ali Khan B'Day Spl: সুশান্ত সিং ৰাজপুত ড্ৰাগছ কাণ্ডত সাঙোৰ খাইছিল ছাৰা আলী খানৰ নাম, উত্থাপন হৈছিল বহু অভিযোগ

ছাৰা আলী খান (Sara Ali Khan) বলীউডৰ এতিয়া এক পৰিচিত নাম হৈ পৰিছে, নিজৰ প্ৰাণ চঞ্চল স্বভাৱৰ কাৰণে ছাৰা সকলোৰে প্ৰিয়। আজিৰ দিনটো ছাৰা বাবে অতিকে বিশেষ, কাৰণ আজি ছাৰা আলী খানৰ জন্ম দিন।