உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    Home » photogallery » lifestyle »নুছৰতে ৰিচিপছনৰ বাবে ফোনেৰে নিমন্ত্ৰণ জনালে অতিথিক, কি কি থাকিব মেন্যুত?

    নুছৰতে ৰিচিপছনৰ বাবে ফোনেৰে নিমন্ত্ৰণ জনালে অতিথিক, কি কি থাকিব মেন্যুত?

    তথ্য অনুসৰি নিজৰ ৰিচিপনত খাদ্য বিভাগৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিছে নুছৰতে। অতিথিসকলৰ বাবে মেন্যুৰ পৰা আৰম্ভ কৰি ডেজাৰ্টলৈ সকলো চোৱা–চিতা নুছৰতে নিজেই কৰিব।