Home » photogallery » lifestyle »‘সন্ধানহীন হোৱা স্বামীক বিচাৰি পালো আৰু আমি বিয়া কৰালো’- নুৰা ফাতেহীয়ে শ্বেয়াৰ কৰা ফটোৱে ইণ্টাৰনেটত লগাইছে তোলপাৰ!

‘সন্ধানহীন হোৱা স্বামীক বিচাৰি পালো আৰু আমি বিয়া কৰালো’- নুৰা ফাতেহীয়ে শ্বেয়াৰ কৰা ফটোৱে ইণ্টাৰনেটত লগাইছে তোলপাৰ!

নুৰা ফাতেহী! বলীউদৰ বৰ্তমান অন্যতম চৰ্চিত অভিনেত্ৰী।  বলীউদৰ বহুকেইটা আইটেম চঙত নৃত্য কৰি অৰ্জন কৰিছে প্ৰচূৰ জনপ্ৰিয়তা।