Change Language
মুখ্যপৃষ্ঠা » ফটো » অসম
1/ 6


কাঞ্চনজংঘা, ৰত্নাকৰৰ পিছত ছবিগৃহলৈ আহি আছে নতুন অসমীয়া ছবি প্ৰতিঘাত। অহা ৬ ডিচেম্বৰত ছবিগৃহলৈ আহিব ছবিখন
2/ 6


ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অমৃতা গগৈ আৰু দিগন্ত হাজৰিকাই। মঙলবাৰে মুকলি কৰা হয় ছবিখনৰ গীত আৰু টীজাৰ
3/ 6


অনান্য মুখ্য চৰিত্ৰত অভিনয় কৰিছে, শিশু শিল্পী আশ্ৰমিকা শইকীয়া, কে কে খ্যাত সিদ্ধাৰ্থ শৰ্মা, বিশিষ্ট অভিনেতা বিষ্ণ খাৰঘৰীয়া, পদ্মৰাগ গোস্বামী, হিৰণ্য ডেকাৰ লগতে বহু ন–পুৰণি শিল্পীয়ে
4/ 6


ছবিখনৰ প্ৰচাৰৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ টীম প্ৰতিঘাত যাব বুলি ইতিমধ্যে জনাইছে অভিনেত্ৰী অমৃতা গগৈয়ে
5/ 6


ছবিখনৰ কাহিনী অচিন্ত শংকৰৰ। সংলাপ আৰু চিত্ৰনাট্য লিখিছে ৰাজদ্বীপে। জুবিন গাৰ্গেও পৰিচালনা কৰিছে এটা গীত। কণ্ঠ নিগৰাইছে জুবিন গাৰ্গ, পাপন, দীক্ষুৱে। ছবিখন সম্পাদনা কৰিছে ৰত্নাকৰ, কাঞ্চনজংঘা ছবি সম্পাদনা কৰা প্ৰীতম খাউণ্ডে।