নেহা কক্কৰ! বলীউদৰ জনপ্ৰিয় গায়িকা। সম্প্ৰতি কণ্ঠশিল্পীগৰাকীৰ বিয়াক লৈ চলিছে চৰ্চা। চৰ্চা চলিছিল যে, চলিত মাহতেই ৰোহনপ্ৰীতৰ সৈতে বিয়াত বহিব নেহা। আনকি এইমাহতে ৰোহনৰ সৈতে এটা বিয়াৰ গীতৰ এলবাম ৰিলিজ কৰাৰ পোষ্টো শ্বেয়াৰ কৰিছে তেওঁ। যি দেখি পুনৰ বহুতৰ মনত সন্দেহৰ সৃষ্টি হৈছে।