Home » photogallery » lifestyle »PICS: মৌনি ৰয়ে নীলা পোছাকত কৰিলে এনেকুৱা ফটোশ্বুট, ফটো দেখি অনুৰাগীয়ে ক’লে – ‘তুমি জুই’

PICS: মৌনি ৰয়ে নীলা পোছাকত কৰিলে এনেকুৱা ফটোশ্বুট, ফটো দেখি অনুৰাগীয়ে ক’লে – ‘তুমি জুই’

শেহতীয়াকৈ ইনষ্টাগ্ৰামত অভিনেত্ৰীগৰাকীয়ে নিজৰ কেতবোৰ গ্লেমাৰাছ ফটো শ্বেয়াৰ কৰিছে। এই ফটোসমূহ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।