দ্বিতীয়বাৰলৈ মা হবলৈ ওলাইছে কৰীণা কাপুৰ খান। কৰীণাৰ নতুন ফটো চাওক একেবাৰতে। ছেইফ আলী খান আৰু টাইমুৰ খানৰ সৈতে দেখা গৈছিল কৰীণা কাপুৰক। কিছুদিন পূৰ্বে ভগ্নী কৰীশ্মা কাপুৰৰ সৈতেও দেখা গৈছিল কৰীণা কাপুৰক। এই ফটোৱে এতিয়া ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে। সহযোগীৰ সৈতে অভিনেত্ৰী কৰীণা কাপুৰ। এনেদৰে দেখা গৈছিল কৰীণা কাপুৰক। মাজে মাজে পুত্ৰৰ সৈতেও ব্যস্ত আছে কৰীণা কাপুৰ খান। এনেদৰেও কেতিয়াবা কেতিয়াবা দেখা গৈছিল কৰীণা কাপুুৰক।