ছাহিদ কাপুৰৰ পত্নী মীৰা ৰাজপুত ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। গোৱাৰ বীচ্চত এই ৰূপত ফটো তুলি ছচিয়েল মিডিয়াত আপলোড কৰে মীৰাই। ফটো আপলোড কৰি তেওঁ কেপশ্যন দিছে, বিকিনি পৰিধান কৰিবলৈ শাৰীৰিক গঠন নাথাকিলেও প্ৰস্তুত হ'বলগীয়া হয়। এনেধৰণৰ ফটো আপলোড কৰে মীৰাই। ছাহিদ কাপুৰৰ পত্নীৰ বিকিনী পৰিধান কৰা ফটো দেখি একাংশই দিয়ে মিশ্ৰিত প্ৰতিক্ৰিয়া। এনেদৰে ৰেডকাৰ্পেটতো দেখা গৈছিল মীৰা ৰাজপুতক। দুটা সন্তানৰ মাতৃ মীৰা ৰাজপুত। অন্যন্ত সুন্দৰ ৰূপত মীৰা মীৰা ৰাজপুত মীৰা ৰাজপুত