Home » photogallery » lifestyle »Shaka Laka Boom Boom, Dil Mil Gaye...কেইবাখনো ধাৰাবাহিক আৰু চিনেমাত সাৱলীল অভিনয় কৰা জেনিফাৰৰ আজিও আছে লাখ লাখ অনুৰাগী...

Shaka Laka Boom Boom, Dil Mil Gaye...কেইবাখনো ধাৰাবাহিক আৰু চিনেমাত সাৱলীল অভিনয় কৰা জেনিফাৰৰ আজিও আছে লাখ লাখ অনুৰাগী...

TV show ছাকা লাকা বুম বুমৰ শিশু চৰিত্ৰৰ জৰিয়তে জেনিফাৰে কেৰিয়াৰ আৰম্ভ কৰিছিল। জেনিফাৰৰ অভিনয় জগতৰ প্ৰথমখন চিনেমা ফিৰ ছে।