জেনিফাৰ উইংগেট (Jennifer Winget) টেলিভিছন পৰ্দাৰ জনপ্ৰিয় অভিনেত্ৰীসমূহৰ অন্যতম। ৩৬ বৰ্যীয় অভিনেত্ৰীগৰাকীৰ জীৱনৰ কিছু মুহূৰ্ত আজি আপোনালোকৰ সন্মুখত। ফটো- Instagram/jenniferwinget1 সুন্দৰী অভিনেত্ৰীগৰাকীৰ পিতৃ মাৰাঠী হোৱাৰ পৰিৱৰ্তে মা হৈছে পঞ্জাৱৰ। সেয়ে দুয়োটা ভাষাতে অভিনেত্ৰীগৰাকীৰ দখল আছে। ফটো- Instagram/jenniferwinget1 ২০১২ চনত জেনিফাৰক এছিয়াৰ সবাতোকৈ আবেদনময়ী মহিলাৰ খিতাপ লাভ কৰিছিল। ফটো- Instagram/jenniferwinget1 TV show ছাকা লাকা বুম বুমৰ শিশু চৰিত্ৰৰ জৰিয়তে জেনিফাৰে কেৰিয়াৰ আৰম্ভ কৰিছিল।ফটো- Instagram/jenniferwinget1 জেনিফাৰে অভিনয় জগতত প্ৰতিটো চৰিত্ৰতে সুন্দৰ অভিনয় কৰিছে। বিশেযক দিল মিল গয়েত এগৰাকী ডাক্তৰৰ চৰিত্ৰত তেওঁৰ অভিনয়ৰ সকলোৱে প্ৰশংসা কৰিছিল। (ফটো- Instagram/jenniferwinget1) জেনিফাৰৰ অভিনয় জগতৰ প্ৰথমখন চিনেমা ফিৰ ছে। তাত তেওঁৰ লগত অভিনেতা কুণাল কোহলীও অভিনয় কৰিছিল। ফটো- Instagram/jenniferwinget1 প্ৰথমটো ডাঙৰ সুযোগ পাইছিল কৌছতী জিন্দেগী কী নামৰ ধাৰাবাহিকত। ফটো- Instagram/jenniferwinget1 জেনিফাৰে ২০১২ চনত কৰণ সিং গ্ৰোভাৰৰ সৈতে বিয়াত বহিছিল যদিও দুবছৰ পিছতে তেওঁলোকৰ মাজৰ সম্পৰ্কৰ অৱসান ঘটিছিল। ফটো- Instagram/jenniferwinget1