সম্প্ৰতি অনুষ্ঠিত হৈ যায় ফেমিনা মিছ ইণ্ডিয়া ২০২০। মিছ ইণ্ডিয়া ২০২০ৰ মুকুট পৰিধান কৰিলে বাৰানসীৰ মান্যাই। উত্তৰ প্ৰদেশৰ মান্যাই তৃতীয় স্থান অধিকাৰ কৰিছে। কিন্তু মান্যাৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলে চকুপানী ওলাব আপোনাৰ। এগৰাকী ৰিক্সা চালকৰ জীয়ৰীৰ বাবে এই জয় বহু নিশা আৰু বহু বছৰৰ কষ্টৰ ফচল । সফলতাত উপনীত হোৱাৰ পূৰ্বে বাটত অহা ভিন্ন সংঘৰ্ষৰ কথা কৈ মিছ ইণ্ডিয়াই দিয়া মঞ্চৰ যোগেদিয়েই মান্যাই দিছে আন দহজনক প্ৰেৰণা।