Change Language
মুখ্যপৃষ্ঠা » ফটো » জীৱন শৈলী
1/ 8


বলীউদৰ অত্যন্ত জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তৰ পত্নী মান্যতা দত্তৰ বহুকেইখন ফটো এতিয়া ছচিয়েল মিডিয়াত হৈ পৰিছে আলোচনাৰ কেন্দ্ৰবিন্দু। সম্প্ৰতি মান্যতাই নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে আকৰ্ষণীয় ফটো। যি মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে।
2/ 8


মান্যতাই যি ফটো শ্বেয়াৰ কৰিছে, সেয়া অত্যন্ত পচন্দ কৰিছে সকলোৱে। সকলোৱে প্ৰশংসা কৰিছে মান্যতাৰ সৌন্দৰ্যক।
3/ 8


সঞ্জয় দত্তৰ পত্নী মান্যতা ছচিয়েল মিডিয়াত অত্যন্ত সক্ৰিয়। ইনষ্টাগ্ৰামত আছে লাখৰো অধিক ফলোৱাৰ্চ। ছচিয়েল মিডিয়াত প্ৰায়ে ভাইৰেল হৈ থাকে মান্যতাৰ ফটো।