Home » photogallery » lifestyle »Kiara Advani: হুবহু কিয়াৰা আডৱানীৰ দৰেই দেখিবলৈ! ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা কোন এইগৰাকী যুৱতী?

Kiara Advani: হুবহু কিয়াৰা আডৱানীৰ দৰেই দেখিবলৈ! ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা কোন এইগৰাকী যুৱতী?

Kiara Advani Lookalike: জানিব পৰা মতে কিয়াৰাৰ ষ্টাইল নকল কৰা এই যুৱতীগৰাকীৰ নাম ঐশ্বৰ্য। যুৱতীগৰাকীৰ ফটো বা ভিডিঅ’ চালে সহজতে ধৰিবই নোৱাৰি যে ঐশ্বৰ্য নে কিয়াৰা!