Home » photogallery » lifestyle »Katrina Kaif Doppelganger Alina Rai: হুবহু যেন কেটৰিনা কাইফ, কোন এইগৰাকী যুৱতী?

Katrina Kaif Doppelganger Alina Rai: হুবহু যেন কেটৰিনা কাইফ, কোন এইগৰাকী যুৱতী?

ইয়াৰ পূৰ্বে ঐশ্বৰ্য ৰায়ৰ দৰে দেখাত আমনা ইমৰানক লৈ ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা হৈছিল। এইবাৰ নতুনকৈ কেটৰিনাৰ ‘যমজ’ আলিনাক লৈ চলিছে চৰ্চা।