কৰীণা কাপুৰ খানে (Kareena Kapoor Khan) ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ক'লা বিকিনী পিন্ধা এখন ছেক্সী ফটো। মালদ্বীপত ফুৰিবলৈ গৈ শ্বেয়াৰ কৰিছে এই হট ফটো। (Image: Instagram) মালদ্বীপত পৰিয়ালৰ সৈতে ফুৰিবলৈ গৈছে কৰীণা কাপুৰ খান আৰু খুউব এনজয় কৰিছে। (Image: Instagram) কৰীণাই স্বামী ছইফ আলী খান (Saif Ali Khan)ৰ সৈতে মালদ্বীপত অতিবাহিত কৰিছে বহু নিবিড় আৰু সুখকৰ মুহূৰ্ত। (Image: Instagram) কৰীণা কাপুৰৰ প্ৰিয় বস্তুৰ ভিতৰত অন্যতম হৈছে সাগৰ তীৰ আৰু বিকিনী। পূৰ্বেও বহুবাৰ সাগৰ তীৰত এনেদৰে বিকিনী পৰিহিত কৰীণাক দেখা গৈছিল। (Image: Instagram) কৰীণাই কেতিয়াও ছেল্ফী ল'বলৈ নাপাহৰে।. (Image: Instagram) বিকিনী আৰু কৰ্শ্বেট শ্ৰাগত কৰীণা কাপুৰৰ এখন ফটো (Image: Instagram) পৰিয়ালৰ সৈতে জলকেলিৰ সময়ত বিকিনী পিন্ধি থকা কৰীণা কাপুৰৰ আনএখন ফটো। (Image: Instagram)