Home » photogallery » lifestyle »Kareena kapoor Birthday: ''কুৰবান'ৰ বিতৰ্কিত পোষ্টাৰৰ পৰা মোগল শাসকৰ ওপৰত পুত্ৰৰ নাম দিয়ালৈকে... এইবোৰ হৈছে কৰীণা কাপুৰ খানৰ সৈতে সম্পৰ্কিত বিতৰ্ক !

Kareena kapoor Birthday: ''কুৰবান'ৰ বিতৰ্কিত পোষ্টাৰৰ পৰা মোগল শাসকৰ ওপৰত পুত্ৰৰ নাম দিয়ালৈকে... এইবোৰ হৈছে কৰীণা কাপুৰ খানৰ সৈতে সম্পৰ্কিত বিতৰ্ক !

আজি Bollywoodৰ অভিনেত্ৰী কৰীণা কাপুৰ খানৰ জন্মদিন (Kareena Kapoor Khan Birthday)। তেওঁৰ বয়স ৪১ বছৰ। তেওঁৰ স্বামী চেইফ আলী খান আৰু তেওঁৰ দুই পুত্ৰ টাইমুৰ আলী খান আৰু জাহাংগীৰ আলী খান । কৰীণা কাপুৰে দুদিন আগতে পৰিয়ালৰ সৈতে জন্মদিন উদযাপন কৰিবলৈ মালদ্বীপত উপস্থিত হৈছে।