Home » photogallery » lifestyle »কংগনা, কেটৰিনা কিম্বা দিশা... জুনৰ এই গৰমত সকলোৰে প্ৰিয় ৰং হৈ পৰিছে শুকুলা...

কংগনা, কেটৰিনা কিম্বা দিশা... জুনৰ এই গৰমত সকলোৰে প্ৰিয় ৰং হৈ পৰিছে শুকুলা...

মে'-জুনৰ গৰমৰ এই সময়ছোৱাত অভিনেত্ৰীসকলেও পছন্দ কৰিবলৈ লৈছে বগা পোছাক। বিভিন্ন সময়ত ভিন্ন অভিনেত্ৰীক এনেদৰেই বিভিন্ন ঠাইত বগা পোছাকত আবদ্ধ কৰিলে কেমেৰাই।