Home » photogallery » lifestyle »আমিৰ খানতকৈও বেছি ভাইৰেল হয় কন্যা আয়ৰাৰ ফটো, বয়ফ্ৰেইণ্ড নুপুৰ শিখৰেৰ সৈতে আয়ৰাই ছেয়াৰ কৰা ফটোৱে তুলিছে ধুমুহা।

আমিৰ খানতকৈও বেছি ভাইৰেল হয় কন্যা আয়ৰাৰ ফটো, বয়ফ্ৰেইণ্ড নুপুৰ শিখৰেৰ সৈতে আয়ৰাই ছেয়াৰ কৰা ফটোৱে তুলিছে ধুমুহা।

আয়ৰা খান (Ira Khan)এ তেওঁৰ বয়ফ্ৰেইণ্ড নুপুৰ শিখৰে(Nupur Shikhare)ৰ সৈতে তোলা নিজৰ অন্তৰংগ মুহূৰ্তৰ ফটো প্ৰায় ছেয়াৰ কৰি থাকে। য'ত তেওঁক বিভিন্ন ভংগীমাত দেখা পোৱা যায়। এতিয়া পুনৰ এবাৰ আয়ৰা খানে নুপুৰ শিখৰেৰ লগত উঠা কিছুমান ফটো ছেয়াৰ কৰি চৰ্চালৈ আহিছে।